সময় অঞ্চলসময় মাপক

সময় নিৰূপক (Assamese) [ Roman: xo.moy ni.ru.pok]
Contributed by: Himasri Das on 2023-09-17
1. (Common Noun-Common &/or Masculine) a person who studied historical records to establish the dates of past events. অতীতৰ পৰিঘটনাৰ তাৰিখ নিৰ্ণয় কৰিবলৈ ঐতিহাসিক তথ্য অধ্যয়ন কৰা ব্যক্তি৷